Our specific offers:

If someone refer a client to our company. Then a percent of the benefits of those projects will be given to that person. In sort, if someone interested to work as a Partner with our company then we will provide a good amount of Money to that person.

Terms & Conditions:

 First you have to send the complete customer details through The Affiliate Id with the help of Website.

 The Project submission of the Affiliate will be paid.


Note: If you already have an Affiliate Account with us, then click on this Login link and login, else registration first with this Registration link.

#

আমাৰ অন্য এক সুবিধা:

গ্ৰাহকসকলৰ সুবিধাৰ্থে আমি কিছুমান বিশেষ সুবিধাৰ ব্যৱস্থা কৰিছো । সেয়া হল মধ্যস্থতাকাৰীৰ (Affiliate) সুবিধা । অৰ্থাৎ যদি কোনোবাই বনাবলগীয়া Website, Web Application, Mobile Application, Software, Logo Design আদি আমাৰ দ্বাৰা কৰে বা দেখুৱাই দিয়ে অথবা আমাৰ কোম্পানিত নিৰ্দিস্ট বেতনৰ কৰ্মচাৰী নোহোৱাকৈ কাম কৰে তেতিয়া সেই কামৰ লাভৰ এটা শতাংশ মানুহজনক দিয়া হব।

নিয়ম আৰু চৰ্তাৱলী:

 প্ৰথমে আমাক গ্ৰাহকৰ সম্পূৰ্ণ বিৱৰণ Affiliate Id যোগে Website ৰ সহায়ত পঠাব লাগিব ।

 মধ্যস্থতাকাৰী (Affiliate)ৰ প্ৰকল্প দাখিল(Project submition) কৰা তাৰিখত পৰিশোধ কৰা হব।


বি:দ্ৰ: আপোনাৰ Affiliate Account পঞ্জীয়ন কৰিবলৈ এই লিঙ্কত www.registration.com ক্লিক কৰক

যদি ইতিমধ্যে আপোনাৰ Affiliate Account আছে, তেন্তে এই লিঙ্কত গৈ লগ ইন কৰক www.login.com

#

*  *  *  *  *